logo

কাইলৈ ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ।

কাইলৈ ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰীত হ'ব ভোট গ্ৰহণ। মুঠ ৪৭জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮১,৭৭,২০৭ ভোটাৰে। বতৰে বিধি পথালি দিলে গুৱাহাটীত ভোটদানৰ হাৰ কমিব!

16
500 views